Polaroid
Assam E-News Network (ænn)

মুখ্য পৃষ্ঠা

কবিতা

• অকবিতা (১) •

যিদিনাৰ পৰা সকলো হেৰুৱালোঁ
সিদিনাৰ পৰা নিষিদ্ধ হ'লোঁ

ধিক্ গণতন্ত্ৰ
ধিক্ মহাত্মা !!

যিদিনাৰ পৰা পিঠত দাগ
সিদিনাৰ পৰা অন্ধকুপত বাস !

(ৰচনাকাল: ১৭ফেব্ৰুৱাৰী, ২০১৩)

ණ কামাৰুজ্জামান খান

Back to posts
Comments:

Post a comment