মুখ্য পৃষ্ঠাআমি সদায় অন্যায়ৰ প্ৰতিবাদ কৰিমেই
জনকণ্ঠক হেঁচা প্ৰয়োগ কৰি ৰুদ্ধ কৰাৰ অধিকাৰ কাৰো নাই
গণতন্ত্ৰক আমি শ্ৰদ্ধা কৰোঁ বাবেই
গণতান্ত্ৰিক প্ৰক্ৰিয়া
হাতত তুলি লওঁ
গণতন্ত্ৰই যেতিয়া ৰাইজৰ কণ্ঠ নিস্তেজ কৰিব বিচাৰে
তেতিয়া সেই গণতন্ত্ৰ শৈৰাচাৰীতন্ত্ৰত পৰিণত হয়
তেতিয়াই একো একোজন
বিষ্ণুপ্ৰসাদ ৰাভা
মাও চে তুং
আয়ুব অমৰ খান
নাজিম হিকমত
শেখ মজিবুৰ ৰহমান
পাবেলো নেৰুদা
প্ৰভাকৰণ
ফিডেল কাষ্ট্ৰ আদিৰ
জন্ম হয় !
(২১/০৪/১৩)
ණ কামাৰুজ্জামান খান